নতুন বছৰৰ প্ৰথমটো দেওবাৰত ৰাজ্যত কৰোনা ভাইৰাছত (Corona Virus) আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৫৬ জন। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৯,৭১২ জন লোকৰ কভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ০.৭৯ শতাংশ।
নতুন বছৰৰ প্ৰথমটো দেওবাৰত ৰাজ্যত কৰোনা ভাইৰাছত (Corona Virus) আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৫৬ জন। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৯,৭১২ জন লোকৰ কভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ০.৭৯ শতাংশ।
নতুন বছৰৰ প্ৰথমটো দেওবাৰত ৰাজ্যত কৰোনা ভাইৰাছত (Corona Virus) আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৫৬ জন। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৯,৭১২ জন লোকৰ কভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ০.৭৯ শতাংশ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে এই তথ্য।
ৰাজ্যখনত সৰ্বাধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত। জিলাখনৰ ৭৮ জন লোকৰ দেহত ধৰা পৰে Covid-19ৰ অৱস্থিতি। অৱশ্যে সকাহৰ খবৰ যে দেওবাৰে কোনো কৰোনাত আক্ৰান্ত লোকৰ মৃত্যু হোৱা নাই।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
সম্প্ৰতি অসমত কৰোনা ভাইৰাছৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ হৈছে ৯৮.৬৩ শতাংশ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|