• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: বুধবাৰে ৰাজ্যত সামান্য পৰিমাণে হ্ৰাস পালে আক্ৰান্তৰ হাৰ, ৭১ জনৰ মৃত্যু।

Covid-19 in Assam: বুধবাৰে ৰাজ্যত সামান্য পৰিমাণে হ্ৰাস পালে আক্ৰান্তৰ হাৰ, ৭১ জনৰ মৃত্যু।

বুধবাৰে ৰাজ্যখনত৬৩,৯৫৬জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৫,৬৫৭ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।

বুধবাৰে ৰাজ্যখনত৬৩,৯৫৬জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৫,৬৫৭ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।

বুধবাৰে ৰাজ্যখনত৬৩,৯৫৬জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৫,৬৫৭ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।

  • Share this:
বুধবাৰে অসমত কিছু পৰিমাণে আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে যদিও ক'ভিডৰ ভয় আতৰা নাই। বুধবাৰে ৰাজ্যখনত৬৩,৯৫৬জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৫,৬৫৭ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্তৰ হাৰ হৈছে ৮.৮৫ শতাংশ। ৭১ জন লোকে ক'ভিডৰ বাবে আজিৰ দিনটোত মৃত্যুবৰণ কৰে। সম্প্ৰতি ৰাজ্যখনত সুস্থ হোৱা লোকৰ হাৰ হৈছে ৮৫.৭৪ শতাংশ। আন দিনাৰ দৰে বুধবাৰেও সৰ্বাধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত। যোৱা ২৪ ঘণ্টাত জিলাখনত ১৪৫৬ জন লোক ক'ৰোনাত আক্ৰান্ত হৈছে।
Published by:Kokil Sarma
First published: