অসমত অব্যাহত আছে Covid-19ৰ সংহাৰ। বৃহস্পতিবাৰে ৰাজ্যখনৰ ৭৯২৯ জন লোক Corona Virus ত আক্ৰান্ত হয়। দিনটোত ৬১,৩৫৯ জন লোকৰ Covid Test কৰা হৈছিল আৰু আক্ৰান্তৰ হাৰ হৈছে ১২.৯২ শতাংশ। Summary of 20/01/2022 Today’s Total 7929 Overall Positivity Percentage (7929 cases out of 61,359 test done = 12.92%) Kamrup(M) 1716 Death 12 Recovery Rate 92.81% — Himanta Biswa Sarma (@himantabiswa) January 20, 2022 বিগত ২৪ ঘণ্টাত অসমত ১২ জন Covid আক্ৰান্ত লোকৰ মৃত্যু হয়। আনহাতে ৰাজ্যখনত কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ হৈছে ৯২.৮১ শতাংশ। দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত।বৃহস্পতিবাৰে জিলাখনৰ ১৭১৬ জন লোক এই ভাইৰাছত আক্ৰান্ত হয়।