• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: অসমত Coronaৰ উদ্বেগজনক পৰিস্থিতি, এদিনতে আক্ৰান্ত ৬,৯৮২ জন ! বিগত ২৪ ঘণ্টাত ১১ জনৰ মৃত্যু ...

Covid-19 in Assam: অসমত Coronaৰ উদ্বেগজনক পৰিস্থিতি, এদিনতে আক্ৰান্ত ৬,৯৮২ জন ! বিগত ২৪ ঘণ্টাত ১১ জনৰ মৃত্যু ...

File Photo

File Photo

Covid-19 in Assam: ৰাজ্যত কোভিড পৰিস্থিতিয়ে ক্ৰমে ভয়াৱহ ৰূপ লৈছে। সোমবাৰৰ দিনটোত ৰাজ্যখনৰ ৬,৯৮২ জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। দিনটোত ১১ জনকৈ লোকে ক'ভিডত আক্ৰান্ত হোৱাৰ ফলত মৃত্যুবৰণ কৰিছে। 

  • Share this:

বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৬৪,৯১৯ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হৈছে ১০.৭৫ শতাংশ। আক্ৰান্তৰ ভিতৰত সৰ্বাধিক ১৪৯১ জন কামৰপ মহানগৰ জিলাৰ। ডিব্ৰুগড় ৪৮৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিচুকীয়া জিলাত আক্ৰান্ত হৈছে ৪০৭জন। কাছাৰ জিলাৰো ৩৭২ জন লোক সোমবাৰৰ দিনটোত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে।
Published by:Kokil Sarma
First published: