Covid-19 in Assam: ৰাজ্যত কোভিড পৰিস্থিতিয়ে ক্ৰমে ভয়াৱহ ৰূপ লৈছে। সোমবাৰৰ দিনটোত ৰাজ্যখনৰ ৬,৯৮২ জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। দিনটোত ১১ জনকৈ লোকে ক'ভিডত আক্ৰান্ত হোৱাৰ ফলত মৃত্যুবৰণ কৰিছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৬৪,৯১৯ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হৈছে ১০.৭৫ শতাংশ। আক্ৰান্তৰ ভিতৰত সৰ্বাধিক ১৪৯১ জন কামৰপ মহানগৰ জিলাৰ। ডিব্ৰুগড় ৪৮৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিচুকীয়া জিলাত আক্ৰান্ত হৈছে ৪০৭জন। কাছাৰ জিলাৰো ৩৭২ জন লোক সোমবাৰৰ দিনটোত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|