உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid-19 in Assam: বিহুৰ দিনা ৰাজ্যত ক'ৰোনাত আক্ৰান্ত ২,৩৪৮ জন ! প্ৰাণ হেৰুৱালে ৫ জন লোকে ...

    Covid-19 in Assam: বিহুৰ দিনা ৰাজ্যত ক'ৰোনাত আক্ৰান্ত ২,৩৪৮ জন ! প্ৰাণ হেৰুৱালে ৫ জন লোকে ...

    Covid-19 in Assam: বিহুৰ  দিনা ৰাজ্যত ৩০,১০৯ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে ২.৩৪৮ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে। আজিৰ দিনটোত ৰাজ্যখনত ৫ জন ক'ভিড আক্ৰান্ত লোকৰ মৃত্যু হয়। 

    • Share this:

    বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্তৰ হাৰ হৈছে ৭.৮০ শতাংশ। ভাল খবৰ যে আজি ৮৬১ জন লোক সুস্থ হৈ ঘৰলৈ উভতি আহে। এতিয়াও ৰাজ্যত Coronaত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৫, ২৬৭ জন। বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৮৭০ জন আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত। বিগত ১০ দিনত জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬,৮৩৫ জন।
    Published by:Kokil Sarma
    First published: