• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: বিগত ২৪ ঘণ্টাত ৰাজ্যত Coronaত আক্ৰান্ত ২৯৪ জন, দুজনৰ মৃত্যু ...

Covid-19 in Assam: বিগত ২৪ ঘণ্টাত ৰাজ্যত Coronaত আক্ৰান্ত ২৯৪ জন, দুজনৰ মৃত্যু ...

Covid-19 in Assam: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে Covid-19ত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে ৰাজ্যখনৰ ২৯৪ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৯২ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।

  • Share this:
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে Covid-19ত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে ৰাজ্যখনৰ ২৯৪ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৯২ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।

বিগত ২৪ ঘণ্টাত ২,৬২৫ জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১১.২ শতাংশ। ৰাজ্যখনত সম্প্ৰতি এক্টিভ কেছ হৈছে ১,৩৭০। আজি আক্ৰান্তসকলৰ ৪২জন কামৰূপ জিলাৰ হোৱাৰ বিপৰীতে দৰঙৰ ২৫ জন আৰু ডিব্ৰুগড়ৰ ১৮ জন লোক আক্ৰান্ত হয়। উদ্বেগজনক কথাটো হ'ল যে বিগত ২৪ ঘণ্টাত দুজন লোকৰ মৃত্য়ু হয়।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি