உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid-19 in Assam: ৰাজ্যত লাহে লাহে হ্ৰাস পাইছে Coronaত আক্ৰান্তৰ সংখ্যা ! বিগত ২৪ ঘণ্টাত ২০ জনৰ মৃত্য়ু ...

    Covid-19 in Assam: ৰাজ্যত লাহে লাহে হ্ৰাস পাইছে Coronaত আক্ৰান্তৰ সংখ্যা ! বিগত ২৪ ঘণ্টাত ২০ জনৰ মৃত্য়ু ...

    Representational Image (News18 Creative)

    Representational Image (News18 Creative)

    ৰাজ্যত পুনৰ হ্ৰাস পাইছে Corona Virus ত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত অসমত Covid-19ত আক্ৰান্ত হয় ৩,৬৭৭ জন। আজি মুঠ ৪৪,৩৮৯ জন লোকৰ Covid Test কৰা হৈছিল, আক্ৰান্তৰ হাৰ হৈছে ৮.২৮ শতাংশ। 

    • Share this:
    ৰাজ্যত পুনৰ হ্ৰাস পাইছে Corona Virus ত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত অসমত Covid-19ত আক্ৰান্ত হয় ৩,৬৭৭ জন। আজি মুঠ ৪৪,৩৮৯ জন লোকৰ Covid Test কৰা হৈছিল, আক্ৰান্তৰ হাৰ হৈছে ৮.২৮ শতাংশ।

    বিগত ২৪ ঘণ্টাত ৰাজ্যত ২০ জন আক্ৰান্তৰ মৃত্য়ু হয়। কামৰূপ মহানগৰ জিলাতো হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা, আজিৰ দিনটোত ৭৬৮ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি।
    Published by:Kokil Sarma
    First published: