Representational Image (News18 Creative)
ৰাজ্যত পুনৰ হ্ৰাস পাইছে Corona Virus ত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত অসমত Covid-19ত আক্ৰান্ত হয় ৩,৬৭৭ জন। আজি মুঠ ৪৪,৩৮৯ জন লোকৰ Covid Test কৰা হৈছিল, আক্ৰান্তৰ হাৰ হৈছে ৮.২৮ শতাংশ।
ৰাজ্যত পুনৰ হ্ৰাস পাইছে Corona Virus ত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত অসমত Covid-19ত আক্ৰান্ত হয় ৩,৬৭৭ জন। আজি মুঠ ৪৪,৩৮৯ জন লোকৰ Covid Test কৰা হৈছিল, আক্ৰান্তৰ হাৰ হৈছে ৮.২৮ শতাংশ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত ২০ জন আক্ৰান্তৰ মৃত্য়ু হয়। কামৰূপ মহানগৰ জিলাতো হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা, আজিৰ দিনটোত ৭৬৮ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|