Representational Image (News18 Creative)
Covid-19 in Assam: ৰাজ্যত মঙলবাৰৰ দিনটোত Covid-19ৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৪,১৮৯ জন লোক Corona Virusত আক্ৰান্ত হয়। দিনটোত আক্ৰান্তৰ হাৰ আছিল ৯.৬১ শতাংশ।
ৰাজ্যত মঙলবাৰৰ দিনটোত Covid-19ৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৪,১৮৯ জন লোক Corona Virusত আক্ৰান্ত হয়। দিনটোত আক্ৰান্তৰ হাৰ আছিল ৯.৬১ শতাংশ।
মঙলবাৰে ৪৩,৫৮৭ জন লোকৰ Covid Test কৰা হয়। আনহাতে বিগত ২৪ ঘণ্টাত কোভিডে প্ৰাণ ল'লে ১৯ জন লোকৰ। সম্প্ৰতি ৰাজ্যখনত আৰোগ্য হোৱাৰ হাৰ হৈছে ৯৩ শতাংশ। দিনটোত সৰ্বাধিক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত। জিলখনৰ ৯৯৮ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|