• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: শুকুৰবাৰে ৰাজ্যত ১.৭১ লাখ লোকৰ Covid পৰীক্ষা, এতিয়াও ২ শতাংশতকৈ অধিক আক্ৰান্তৰ হাৰ...

Covid-19 in Assam: শুকুৰবাৰে ৰাজ্যত ১.৭১ লাখ লোকৰ Covid পৰীক্ষা, এতিয়াও ২ শতাংশতকৈ অধিক আক্ৰান্তৰ হাৰ...

শুকুৰবাৰে ৰাজ্যত ১,৭১,৯২০ জন লোকৰ Covid test কৰা হয়। ইয়াৰে ৩,৭০৬ জন লোকৰ ফলাফল Covid positive আহে।

  • Share this:
শুকুৰবাৰে ৰাজ্যত ১,৭১,৯২০ জন লোকৰ Covid test কৰা হয়। ইয়াৰে ৩,৭০৬ জন লোকৰ ফলাফল Covid positive আহে। কামৰূপ মহানগৰ জিলাত শুকুৰবাৰৰ দিনটোত ২০৪ জন লোক আক্ৰান্ত হৈছে।

বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্তৰ হাৰ হৈছে ২.১৬ শতাংশ। লাহে লাহে ৰাজ্যখনত হ্ৰাস পাইছে আক্ৰান্তৰ হাৰ। তথাপিও এই পৰ্যন্ত ২ শতাংশৰ তললৈ নমা নাই  আক্ৰান্তৰ হাৰ। বিপৰীতে মৃত্যুৰ সংখ্যাও উদ্বেগজনক। যোৱা ২৪ ঘণ্টাত ৩৩ জন লোকে প্ৰাণ হেৰুৱায়।
Published by:Kokil Sarma
First published: