বিগত ২৪ ঘণ্টাত ৰাজ্যত ৭২,২৩৯ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰে আক্ৰান্ত মুঠ ৩১৯৭জনৰ ১১৮৪জন হৈছে কামৰূপ মহানগৰ জিলাৰ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত ৭২,২৩৯ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰে আক্ৰান্ত মুঠ ৩১৯৭জনৰ ১১৮৪জন হৈছে কামৰূপ মহানগৰ জিলাৰ।
বিগত কেইবাদিনো ধৰি অসমত অব্যাহত আছে ক'ভিডৰ সংহাৰ। শুকুৰবাৰেও ৰাজ্যখনত ৩১৯৭জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। আনহাতে শুকুৰবাৰৰ দিনটোত মৃত্যু হয় ২৬জন লোকৰ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত ৭২,২৩৯ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰে আক্ৰান্ত মুঠ ৩১৯৭জনৰ ১১৮৪জন হৈছে কামৰূপ মহানগৰ জিলাৰ। দিনটোত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ৪.৪৩ শতাংশ। সামগ্ৰিকভাৱে ৰাজ্যখনত ৯০ শতাংশ লোকে Covid-19ৰ পৰা আৰোগ্য হৈও উঠিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|