• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: সোমবাৰে ৬.৯৯ শতাংশলৈ আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে মৃত্যু হ'ল ৯২ জনৰ।

Covid-19 in Assam: সোমবাৰে ৬.৯৯ শতাংশলৈ আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে মৃত্যু হ'ল ৯২ জনৰ।

সোমবাৰে অসমত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পায় যদিও আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱা নাই। দিনটোত মুঠ ৯১,৪৮১ জনৰ ক'ভিড পৰীক্ষা কৰা হয় আৰু ৬৩৯৪ জন লোকৰ ফলাফল Covid পজিটিভ আহে। 

  • Share this:

বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পায়। আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশ হ'লেও মৃত্যুৰ সংখ্যা অইন দিনৰ তুলনাত বৃদ্ধি হয়। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৯২ জন লোকে প্ৰাণ হেৰুৱায়। সম্প্ৰতি ৰাজ্যখনত সুস্থ হোৱা লোকৰ হাৰ হৈছে ৮৫.৭৩ শতাংশ। সোমবাৰে কামৰূপ মহানগৰ জিলাত ১১০০জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহে।
Published by:Kokil Sarma
First published: