বিগত ২৪ ঘণ্টাত অসমত ৬৫,১৪০ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৫৭৫৬জনৰ ফলাফল ক'ভিড পজিটিভ আহে।
বিগত ২৪ ঘণ্টাত অসমত ৬৫,১৪০ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৫৭৫৬জনৰ ফলাফল ক'ভিড পজিটিভ আহে।
ৰাজ্যত ক্ৰমগাত দ্বিতীয় দিনা ৫ হাজাৰতকৈ অধিক লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। শনিবাৰে ৰাজ্যখনত ৫৭৫৬ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হয়।
বিগত ২৪ ঘণ্টাত অসমত ৬৫,১৪০ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৫৭৫৬জনৰ ফলাফল ক'ভিড পজিটিভ আহে। শনিবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ হৈছে ৮.৮৪ শতাংশ। আনহাতে বিগত ২৪ ঘণ্টাত সৰ্বাধিক ১৫৪৩জন কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ খবৰ আহে। সম্প্ৰতি অসমত সুস্থ হোৱা লোকৰ হাৰ হৈছে ৮৬.২৪ শতাংশ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|