Covid-19 in Assam: বিগত দুটা দিনত ৰাজ্যত ক'ৰোনাত আক্ৰান্ত ৪৫০ জন লোক, প্ৰাণ হেৰুৱালে ৯ জনে...
Covid-19 in Assam: বিগত দুটা দিনত ৰাজ্যত ক'ৰোনাত আক্ৰান্ত ৪৫০ জন লোক, প্ৰাণ হেৰুৱালে ৯ জনে...
Covid-19 in Assam: অসমত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিগত দুটা দিনত ৪ শতাধিকৰো অধিক লোক Coronaত আক্ৰান্ত হয়। বুধবাৰে ৰাজ্যত ২৫০ জন আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে ২০০ জন লোক আক্ৰান্ত হয় Covid-19ত।

অসমত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিগত দুটা দিনত ৪ শতাধিকৰো অধিক লোক Coronaত আক্ৰান্ত হয়। বুধবাৰে ৰাজ্যত ২৫০ জন আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে ২০০ জন লোক আক্ৰান্ত হয় Covid-19ত।
বৃহস্পতিবাৰে ৪ জন লোকৰ Covidত আক্ৰান্ত হৈ মৃত্য়ুমুখত পৰে। যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ হৈছে ০.৫৩ শতাংশ। ৩৭,৫২৫ জন লোকৰ Covid পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ২০০ জনৰ ফলাফল পজিটিভ আহে। আক্ৰান্তসকলৰ মাজত ৭৭ জন কামৰূপ মহানগৰ জিলাৰ।