• Home
  • »
  • News
  • »
  • assam
  • »
  • শুকুৰবাৰে পুৱাই শক্তিপীঠত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ! দিপাৱলীৰ পৱিত্ৰ ক্ষণত মা কামাখ্যাৰ আশীষ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে...

শুকুৰবাৰে পুৱাই শক্তিপীঠত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ! দিপাৱলীৰ পৱিত্ৰ ক্ষণত মা কামাখ্যাৰ আশীষ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে...

Assam CM visited Maa Kamakhya Shaktipeeth in the morning today: শুকুৰবাৰে পুৱাই শক্তিপীঠত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱীৰ মন্দিৰত উপস্থিত হৈ দেৱীৰ আশীষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
শুকুৰবাৰে পুৱাই শক্তিপীঠত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱীৰ মন্দিৰত উপস্থিত হৈ দেৱীৰ আশীষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসীৰ মংগল কামনাৰ্থে দেৱীৰ শ্ৰীচৰণত সেৱা আগবঢ়ায় হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰযোগে এই কথা অৱগত কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Kokil Sarma
First published: