মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত ঘোষণা কৰি কয় যে জুলাই মাহৰ মাজভাগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অভিভাৱকসকল পৰীক্ষা পতাৰ পক্ষত আছে। লগতে কেইবাটাও ছাত্ৰ সংগঠনেও ইতিবাচক সহাৰি দিছে। সেয়ে ১৫ ৰ পৰা ২০ জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। তেতিয়ালৈ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰো আশা আছে। আক্ৰান্তৰ হাৰ ২ শতাংশৰ তলত থাকিলেই অনুষ্ঠিত হ'ব পৰীক্ষা। যদিহে ২ শতাংশতকৈ আক্ৰান্তৰ হাৰ অধিক থাকে তেন্তে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া হ'ব।