உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Board Exams 2021: কি সিদ্ধান্ত হ'ল উচ্চস্তৰীয় কমিটীৰ বৈঠকত ? HS পৰীক্ষাত কেনেকৈ হ'ব মূল্যায়ন ? স্থান থাকিব নে নাথাকে ?

    Assam Board Exams 2021: কি সিদ্ধান্ত হ'ল উচ্চস্তৰীয় কমিটীৰ বৈঠকত ? HS পৰীক্ষাত কেনেকৈ হ'ব মূল্যায়ন ? স্থান থাকিব নে নাথাকে ?

    representative image

    representative image

    উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ আলোচনা হোৱা উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক সম্পন্ন হৈছে। কলা-বাণিজ্য-বিজ্ঞান কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব। 

    • Share this:
    উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ আলোচনা হোৱা উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক সম্পন্ন হৈছে। বৈঠকৰ অন্তত কলা-বাণিজ্য-বিজ্ঞান কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব বুলি জানিব পৰা গৈছে।

    CBSE আৰু আন আন ৰাজ্যৰ মূল্যায়নৰ পদ্ধতিৰ দৰেকৈ অসমৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো হ'ব মূল্যয়ান। আলোচনাৰ কিছু প্ৰয়োজন আছে এতিয়াও সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলি কমিটীয়ে কৈছে।

    নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰা হব মূল্যায়নৰ পদ্ধতি, মূল্যায়নৰ আৰ্হি হিচাপে লোৱা হৈছে CBSEৰ প্ৰক্ৰিয়া। যোগ্যতাৰ ভিত্তিত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰী সকলে।  ছাত্ৰ-ছাত্ৰী সকলে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই।এই ক্ষেত্ৰত অভিভাৱক সকলৰো দায়িত্ব আছে। অসামান্য পৰিবেশৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ছাত্ৰ-ছাত্ৰীৰ অনুকূলে গ্ৰহণ কৰা হ'ব সিদ্ধান্ত
    স্থান থাকিব নে নাই, এই বিষয়ে এতিয়ালৈ আলোচনা হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিছে।

    পৰীক্ষা বাতিল হোৱা ৰাজ্যৰো আৰ্হি অনুকৰণ কৰা হ'ব। ন্যায়ৰ পৰা বঞ্চিত নহয় ছাত্ৰ-ছাত্ৰীসকল, ৰেংক সম্পৰ্কত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব। দ্বিতীয়খন বৈঠকত সকলো বিষয় আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে উচ্চস্তৰীয় কমিটীৰ বিষয়ববীয়াই।
    Published by:Kokil Sarma
    First published: