உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • খেলৰ বাবে স্থগিত হ’ব সদন, কাইলৈ ১১ বজাত বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি লাভলীনাক জনাব সমৰ্থন

    খেলৰ বাবে স্থগিত হ’ব সদন, কাইলৈ ১১ বজাত বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি লাভলীনাক জনাব সমৰ্থন

    বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন।

    বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন।

    বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন।

    • Share this:
    কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলীনাক সমৰ্থন জনাব। ৩০ মিনিটৰ বাবে সদন স্থগিত ৰাখিব।

    অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে। অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা।

    বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন। অলিম্পিকৰ ছেমি ফাইনেলত অসমৰ লাভলীনা মুখামুখি হ’ব তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ।
    Published by:Sanjay Kumar Das
    First published: