বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন।
বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন।
কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলীনাক সমৰ্থন জনাব। ৩০ মিনিটৰ বাবে সদন স্থগিত ৰাখিব।
অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে। অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা।
বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন। অলিম্পিকৰ ছেমি ফাইনেলত অসমৰ লাভলীনা মুখামুখি হ’ব তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|