உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শীঘ্ৰে Colors টিভিৰ ধাৰাবাহিকত দেখিবলৈ পাব অসমৰ অভিনেত্ৰী সুৰভী দাসক

    শীঘ্ৰে Colors টিভিৰ ধাৰাবাহিকত দেখিবলৈ পাব অসমৰ অভিনেত্ৰী সুৰভী দাসক

    Photo : Instagram

    Photo : Instagram

    সুৰভী দাস অসমৰ ধাৰাবাহিকৰ এটি চিনাকি নাম। নিজৰ সুন্দৰ অভিনয়েৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সুৰক্ষীয়ে।

    • Share this:
    শীঘ্ৰে কালাৰ্ছ টিভিৰ ধাৰাবাহিকত দেখিবলৈ পাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভী দাসক। ভাৰতৰ উত্তৰ–পূৰ্বাঞ্চলৰ যুৱতীৰ কাহিনীৰ ওপৰত আধাৰিত এখন ধাৰাবাহিকত অভিনয় কৰিব সুৰভীয়ে। ধাৰাবাহিকখনৰ নাম ‘নিমা ডেনজংপা’।

    সুৰভী দাস অসমৰ ধাৰাবাহিকৰ এটি চিনাকি নাম। নিজৰ সুন্দৰ অভিনয়েৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সুৰক্ষীয়ে।








    View this post on Instagram






    A post shared by Surabhi Das (@surabhi_das22)




    ইনষ্টাগ্ৰামত কালাৰ্ছৰ ধাৰাবাহিকখনৰ প্ৰম’ শ্বেয়াৰ কৰি লিখিছে – ‘সপোন বোৰ দেখিছিলো কেতিয়াবা সঁচা হব বুলি, কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো। মৰম আৰু আশীৰ্বাদ কৰিব সদায় চেষ্টা কৰি যাম।’
    Published by:Sanjay Kumar Das
    First published: