• Home
  • »
  • News
  • »
  • assam
  • »
  • যশস্বী শিল্পী নীলপৱন বৰুৱা কোৰোণাত আক্ৰান্ত। GMCHৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত চিকিৎসাধীন।

যশস্বী শিল্পী নীলপৱন বৰুৱা কোৰোণাত আক্ৰান্ত। GMCHৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত চিকিৎসাধীন।

GMCHৰ অধ্যক্ষ অচ্যুৎ বৈশ্যেই জানিব দিয়া মতে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থ ৷

GMCHৰ অধ্যক্ষ অচ্যুৎ বৈশ্যেই জানিব দিয়া মতে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থ ৷

GMCHৰ অধ্যক্ষ অচ্যুৎ বৈশ্যেই জানিব দিয়া মতে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থ ৷

  • Share this:
যশস্বী শিল্পী নীলপৱন বৰুৱা কোৰোণাত আক্ৰান্ত। আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল (Supper Specialty Hospital(ত ভৰ্তি কৰোৱা হয় নীলপৱন বৰুৱাক।

GMCHৰ অধ্যক্ষ অচ্যুৎ বৈশ্যেই জানিব দিয়া মতে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থ ৷ অক্সিজেনৰ ক্ষেত্ৰতো কোনো সমস্যা হোৱা নাই বুলি অধ্যক্ষ অচ্যুৎ বৈশ্যেই জনায়।বিছনাতে আছে অক্সিজেন সংযুক্ত গতিকে কোনো সমস্যা নহয় বুলি কয় অধ্যক্ষগৰাকীয়ে।
Published by:Manjumoni Borah
First published: