• Home
  • »
  • News
  • »
  • assam
  • »
  • Sherman Ali Ahmed : শ্বেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ, ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল আৰক্ষীয়ে

Sherman Ali Ahmed : শ্বেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ, ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল আৰক্ষীয়ে

দোষী সাব্যস্ত হলে ৩ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে শ্বেৰমান আলী।

দোষী সাব্যস্ত হলে ৩ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে শ্বেৰমান আলী।

দোষী সাব্যস্ত হলে ৩ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে শ্বেৰমান আলী।

  • Share this:
শ্বহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল শ্বেৰমান আলীক। আৰক্ষীয়ে শ্বেৰমান আলী আহমেদক ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে কেৱল দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ জিম্মাৰ সময়ত থকাৰ সময়ত উচ্চ ৰক্তচাপ, ব্লাড ছুগাৰ থকা বাবে বিধায়কজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। দোষী সাব্যস্ত হলে ৩ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে শ্বেৰমান আলী।
Published by:Sanjay Kumar Das
First published: