AHSEC Result: ৩১ জুলাইত ঘোষণা কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। শিক্ষাৰ্থীয়ে এইকেইটা ৱেবছাইটত পুৱা ৯ বজাৰ পিছত ফলাফল লাভ কৰিব।
AHSEC Result: ৩১ জুলাইত ঘোষণা কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। শিক্ষাৰ্থীয়ে এইকেইটা ৱেবছাইটত পুৱা ৯ বজাৰ পিছত ফলাফল লাভ কৰিব।
AHSEC Result: ৩১ জুলাইত ঘোষণা কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ'ব ফলাফল।
এইবাৰ হায়াৰ ছেকেণ্ডাৰীৰ মুঠ ২,৪৯,৮১২ জন শিক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ'ব। শিক্ষাৰ্থীয়ে এইকেইটা ৱেবছাইটত পুৱা ৯ বজাৰ পিছত ফলাফল লাভ কৰিব
www.assamresult.in
www.NeCareer.com
www.ahsec.assam.gov.in
www.assamjobalerts.com
www.schools9.com
www.results.shiksha
www.indiaResults.com
www.vidyavision.com
ইয়াৰোপৰি ৩১ জুলাইৰ দিনা পুৱা ৯ বজাৰ পূৰ্বে শৈক্ষিক প্ৰতিষ্ঠান আৰু পৰীক্ষা কেন্দ্ৰসমূহলৈ ফলাফল email যোগে পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|