মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Breaking News: এতিয়াৰে পৰা অনলাইনত পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি

Breaking News: এতিয়াৰে পৰা অনলাইনত পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি

News18 Assam | News18-Assam
Updated:May 19, 2021, 2:27 PM IST
Breaking News: এতিয়াৰে পৰা অনলাইনত পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি
অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSECয়ে।

অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSECয়ে।

  • Share this:
ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSECয়ে।

AHSECৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে পাঠ্যপুথিসমূহ। শিক্ষাৰ্থীসকলক www.ahsec.nic.in যোগে পাঠ্যপুথিসমূহ ডাউনলোড কৰিবলৈ আহ্বান AHSECৰ।
Published by: Kokil Sarma
First published: May 19, 2021, 2:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি