ৰাজ্যত ক'ভিডৰ হাহাকাৰ : হঠাৎ পিছুৱাই দিয়া হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কেতিয়া পুনৰ হ'ব পৰীক্ষা ?

News18 Assam | News18-Assam
Updated:May 4, 2021, 11:13 PM IST
ৰাজ্যত ক'ভিডৰ হাহাকাৰ : হঠাৎ পিছুৱাই দিয়া হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কেতিয়া পুনৰ হ'ব পৰীক্ষা ?
আজি এক নিৰ্দেশনাযোগে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পিছুওবাৰ কথা অৱগত কৰে AHSECৰ পৰীক্ষা নিয়ন্ত্ৰকে।

  • Share this: