মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Veerangana Sara Ali Khan : এইবাৰ 'বীৰাংগনা'ৰ ৰূপত দেখা যাব অভিনেত্ৰী ছাৰা আলী খানক, অসমৰ কমাণ্ডো বেটেলিয়নত চলি আছে ছুটিং।

Veerangana Sara Ali Khan : এইবাৰ 'বীৰাংগনা'ৰ ৰূপত দেখা যাব অভিনেত্ৰী ছাৰা আলী খানক, অসমৰ কমাণ্ডো বেটেলিয়নত চলি আছে ছুটিং।

News18 Assam | News18-Assam
Updated:July 10, 2021, 10:34 PM IST
Veerangana Sara Ali Khan : এইবাৰ 'বীৰাংগনা'ৰ ৰূপত দেখা যাব অভিনেত্ৰী ছাৰা আলী খানক, অসমৰ কমাণ্ডো বেটেলিয়নত চলি আছে ছুটিং।
sara ali khan in mandakata, assam

অসমৰ মহিলা কমাণ্ডো আৰক্ষী 'বীৰাংগনা'(Veerangana)ৰ আধাৰত নিৰ্মাণ হ'বলগা এখন তথ্যচিত্রৰ বাবে ছুটিঙত ব্যস্ত ছাৰা আলি খান।

  • Share this:
অসমত বলীউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান (Sara Ali Khan)। অসম আৰক্ষীৰ উত্তৰ গুৱাহাটীত থকা মান্দাকাটা কমাণ্ডো বেটেলিয়ন (Mandakata Commando Battalion)ত এক ছুটিঙৰ বাবে আহিছে বলীউডৰ মোহময়ী অভিনেত্রী ছাৰা আলি খান।

অসমৰ মহিলা কমাণ্ডো বেটেলিয়ন 'বীৰাংগনা' (Veerangana)ৰ আধাৰত নিৰ্মাণ হ'ব লগা এখন তথ্যচিত্রৰ বাবে ছুটিঙত ব্যস্ত অভিনেত্রী গৰাকী। মান্দাকাটা কমাণ্ডো বেটেলিয়নত ছুটিঙৰ সময়ত কেমেৰাত বন্দী হয় অভিনেত্ৰীগৰাকীৰ ফটো।

উল্লেখ্য যে  অসমৰ বীৰাংগনা কমাণ্ডো বাহিনী দেশৰ ভিতৰতে সুদক্ষ আৰু সাহসী মহিলা কমাণ্ডো বাহিনীৰূপে সুনাম আছে।
Published by: Manjumoni Borah
First published: July 10, 2021, 10:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি