• Home
  • »
  • News
  • »
  • assam
  • »
  • মালিগাওঁ হত্যাকাণ্ডৰ হত্যাকাৰী আৰক্ষীৰ জালত, কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

মালিগাওঁ হত্যাকাণ্ডৰ হত্যাকাৰী আৰক্ষীৰ জালত, কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

চিচিটিভিত বন্দী হৈছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য। তাৰ পিছতেই তৎপৰ হৈ পৰিছিল আৰক্ষী। 

চিচিটিভিত বন্দী হৈছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য। তাৰ পিছতেই তৎপৰ হৈ পৰিছিল আৰক্ষী। 

চিচিটিভিত বন্দী হৈছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য। তাৰ পিছতেই তৎপৰ হৈ পৰিছিল আৰক্ষী। 

  • Share this:
মালিগাওঁ হত্যাকাণ্ডৰ হত্যাকাৰী আৰক্ষীৰ জালত। বিকী চাহানী নামৰ এজন লোকে নৈশ চকীদাৰ তৰুণ ডেকাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল। কাঠৰ বাটামেৰে হত্যা কৰিছিল নৈশ চকীদাৰজনক। চিচিটিভিত বন্দী হৈছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য। তাৰ পিছতেই তৎপৰ হৈ পৰিছিল আৰক্ষী। কোচ বিহাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বিকীক।
Published by:Sanjay Kumar Das
First published: