• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত অঘটন! জাহাজৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এগৰাকী মহিলাৰ

গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত অঘটন! জাহাজৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এগৰাকী মহিলাৰ

Representative Image

Representative Image

আৰ পি এল বুঢ়াদিয়া নামৰ জাহাজৰ পৰা পানীত জপিওৱা মহিলা গৰাকীৰ পৰিচয় বাতৰি লিখাৰ পৰলৈকে জানিব পৰা হোৱা নাই।

  • Share this:
গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত অঘটন। উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী ৰজাদুৱাৰ ঘাটলৈ গৈ জাহাজৰ পৰা জপিয়াই এগৰাকী মহিলা।

উল্লেখযোগ্য যে, আৰ পি এল বুঢ়াদিয়া নামৰ জাহাজৰ পৰা পানীত জপিওৱা মহিলা গৰাকীৰ পৰিচয় বাতৰি লিখাৰ পৰলৈকে জানিব পৰা হোৱা নাই।

প্ৰায় ৩০ বছৰীয়া মহিলা গৰাকীক উদ্ধাৰৰ বাবে জাহাজৰ কৰ্মীয়ে লাইফ বয় নিক্ষেপ কৰে যদিও পানীত নিখোজ হয়। উদ্ধাৰকাৰী এখন নাও ঘটনাস্থলীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি