যিকোনো সময়ত বিল্ডিংটোত সংঘটিত হ’ব পাৰে আৰু বিপজ্জনক ঘটনা। বিপদৰ উমান লাভ কৰিও কোনো পদক্ষেপ নলোৱাৰ অভিযোগ স্থানীয় লোকৰ।
যিকোনো সময়ত বিল্ডিংটোত সংঘটিত হ’ব পাৰে আৰু বিপজ্জনক ঘটনা। বিপদৰ উমান লাভ কৰিও কোনো পদক্ষেপ নলোৱাৰ অভিযোগ স্থানীয় লোকৰ।
গুৱাহাটী পৌৰ নিগমৰ শ্ৰমিক আৱাসত ভয়ংকৰ অঘটন। ফটাশিলত খহি পৰিল বিল্ডিঙৰ প্ৰথম মহলাৰ ছাঁদ আৰু দেৱাল। ছাঁদ খহি পৰি আঘাতপ্ৰাপ্ত শ্ৰী প্ৰকাশ নামৰ এজন কৰ্মী। জৰাজীৰ্ণ বিল্ডিংটো ১৯৯১ চনতে মানুহ থকাৰ উপযোগী নহয় বুলি উল্লেখ কৰা হৈছিল। তাৰ পাছতো বিপজ্জনকভাৱে পৌৰ নিগমৰ কৰ্মীয়ে বসবাস কৰিছিল বিল্ডিংটোত। উপযুক্ত স্থানত শ্ৰমিক–কৰ্মচাৰীক স্থানন্তৰৰ নাই কোনো পদক্ষেপ। যিকোনো সময়ত বিল্ডিংটোত সংঘটিত হ’ব পাৰে আৰু বিপজ্জনক ঘটনা। বিপদৰ উমান লাভ কৰিও কোনো পদক্ষেপ নলোৱাৰ অভিযোগ স্থানীয় লোকৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|