৫ টকা দি নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা ব্যক্তিগৰাকীৰ।
৫ টকা দি নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা ব্যক্তিগৰাকীৰ।
- মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে জঘন্য কাণ্ড।
- এগৰাকী ৫০ ঊৰ্ধ্বৰ ব্যক্তিয়ে এগৰাকী নাবালিকাক ধৰ্ষণৰ চেষ্টা ।
- ৫ টকা দি নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা ব্যক্তিগৰাকীৰ।
- অভিযুক্তৰ লোকজনৰ নাম পানীখাইতিৰ কেডাৰ ছেত্ৰী বুলি জানিব পৰা হৈছে।
- ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পানীখাইতি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।
- ইতিমধ্যে পানীখাইটি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কেডাৰ ছেত্ৰীক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|