உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুৱাহাটী মহানগৰীত জঘন্য ঘটনা! নাবালিকাক ধৰ্ষণৰ চেষ্টা ৫০ ঊৰ্ধ্বৰ লম্পটৰ...

    গুৱাহাটী মহানগৰীত জঘন্য ঘটনা! নাবালিকাক ধৰ্ষণৰ চেষ্টা ৫০ ঊৰ্ধ্বৰ লম্পটৰ...

    ৫ টকা দি নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা ব্যক্তিগৰাকীৰ।

    ৫ টকা দি নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা ব্যক্তিগৰাকীৰ।

    ৫ টকা দি নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা ব্যক্তিগৰাকীৰ।

    • Share this:

    • মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে জঘন্য কাণ্ড।

    • এগৰাকী ৫০ ঊৰ্ধ্বৰ ব্যক্তিয়ে এগৰাকী নাবালিকাক ধৰ্ষণৰ চেষ্টা ।

    • ৫ টকা দি নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা ব্যক্তিগৰাকীৰ।

    • অভিযুক্তৰ লোকজনৰ নাম পানীখাইতিৰ কেডাৰ ছেত্ৰী বুলি জানিব পৰা হৈছে।

    • ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পানীখাইতি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।

    • ইতিমধ্যে পানীখাইটি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কেডাৰ ছেত্ৰীক।

    Published by:Himangshu Bhuyan
    First published: