গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) পিছত বি বৰুৱা কলেজত (B Baruah College) ৬ গৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) পিছত বি বৰুৱা কলেজত (B Baruah College) ৬ গৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।
গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা কলেজৰ পিছত এইবাৰ মহানগৰীৰ দিছপুৰ কলেজত (Dispur College) কোভিড ১৯ৰ (Covid 19) সংক্ৰমণ। মহাবিদ্যালয়খনৰ ৬গৰাকী ছাত্ৰ–ছাত্ৰী আক্ৰান্ত হৈছে কোৰোণাত। এজন শিক্ষকো কোভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) পিছত বি বৰুৱা কলেজত (B Baruah College) ৬ গৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। কলেজত কৰোৱা কোৰোণা টেষ্টত ছাত্ৰীকেইগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোণাৰ উপস্থিতি।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|