உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid 19 : মহানগৰীৰ কলেজে কলেজে কোভিডৰ সংক্ৰমণ, বি বৰুৱা কলেজৰ পিছত এইবাৰ দিছপুৰ মহাবিদ্যালয়ৰ ৬ শিক্ষাৰ্থী আক্ৰান্ত কোভিডত

    Covid 19 : মহানগৰীৰ কলেজে কলেজে কোভিডৰ সংক্ৰমণ, বি বৰুৱা কলেজৰ পিছত এইবাৰ দিছপুৰ মহাবিদ্যালয়ৰ ৬ শিক্ষাৰ্থী আক্ৰান্ত কোভিডত

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) পিছত বি বৰুৱা কলেজত (B Baruah College) ৬ গৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।

    • Share this:
    গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা কলেজৰ পিছত এইবাৰ মহানগৰীৰ দিছপুৰ কলেজত (Dispur College) কোভিড ১৯ৰ (Covid 19) সংক্ৰমণ। মহাবিদ্যালয়খনৰ ৬গৰাকী ছাত্ৰ–ছাত্ৰী আক্ৰান্ত হৈছে কোৰোণাত। এজন শিক্ষকো কোভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

    উল্লেখযোগ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) পিছত বি বৰুৱা কলেজত (B Baruah College) ৬ গৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। কলেজত কৰোৱা কোৰোণা টেষ্টত ছাত্ৰীকেইগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোণাৰ উপস্থিতি।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: