உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Maharshtra Political Crisis: গুৱাহাটীত উপস্থিত শিৱ সেনাৰ আৰু তিনিজন বিধায়ক

    Maharshtra Political Crisis: গুৱাহাটীত উপস্থিত শিৱ সেনাৰ আৰু তিনিজন বিধায়ক

    Maharshtra Political Crisis: সন্ধিয়া অহা বিধায়ক কেইজন হৈছে ক্ৰমে সঞ্জয় ৰাথোৰ, দাদা ভূসে আৰু ৰবিন্দ্ৰ ফাটেক।

    • Share this:
    ৰাজনৈতিক আলোড়নৰ মাজতে পুনৰ তিনিজন মহাৰাষ্ট্ৰ (Maharashtra)ৰ বিধায়ক আজি সন্ধিয়া উপস্থিত হয় বৰঝাৰ বিমানবন্দৰত। ছুৰাটৰ পৰা বিশেষ বিমানেৰে উপস্থিত হয় শিৱ সেনা (Shiv Sena)ৰ ৩ বিধায়ক ।

    শিৱ সেনাৰ বিধায়ক কেইজন বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে পোনে পোনে ৰাওনা হয় হোটেল ৰেডিচন ব্লু (Radisson Blu)লৈ । ইতিমধ্যে হোটেলখনত মহাৰাষ্ট্ৰৰ পৰা অহা আন সকলো বিধায়কে বাহৰ পাতি আছে।

    সন্ধিয়া অহা বিধায়ক কেইজন হৈছে ক্ৰমে সঞ্জয় ৰাথোৰ, দাদা ভূসে আৰু ৰবিন্দ্ৰ ফাটেক।আটাইকেইজন বিদ্ৰোহী বিধায়কক কটকটীয়া নিৰপত্তাৰে নিয়া হয় হোটেললৈ ।
    Published by:Manjumoni Borah
    First published: