• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম আৰক্ষীৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, কোৰোণাত আক্ৰান্ত গুৱাহাটী মহানগৰীৰ শতাধিক আৰক্ষী

অসম আৰক্ষীৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, কোৰোণাত আক্ৰান্ত গুৱাহাটী মহানগৰীৰ শতাধিক আৰক্ষী

কোৰোণা ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত

কোৰোণা ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত

কোৰোণা ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত

  • Share this:
অসম আৰক্ষীলৈ আহিছে ডাঙৰ প্ৰত্যাহ্বান। কোৰোণা ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত। ইতিমধ্যে কেৱল গুৱাহাটী মহানগৰীতে এই পৰ্যন্ত কোৰোণাত আক্ৰান্ত হ’ল ১০৯ জন আৰক্ষী। নতুনকৈ কোৰোণাত আক্ৰান্ত হ’ল ২০ গৰাকী আৰক্ষী। ইফালে গুাৱাহাটী মহানগৰীত কোৱাৰেণ্টাইনত আছে তিনি শতাধিক আৰক্ষীৰ লোক। ফলত এতিয়া হাহাকাৰ সৃষ্টি হৈছে মহানগৰ আৰক্ষী প্ৰশাসনৰ মাজত ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি