
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত
অসম আৰক্ষীলৈ আহিছে ডাঙৰ প্ৰত্যাহ্বান। কোৰোণা ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত। ইতিমধ্যে কেৱল গুৱাহাটী মহানগৰীতে এই পৰ্যন্ত কোৰোণাত আক্ৰান্ত হ’ল ১০৯ জন আৰক্ষী। নতুনকৈ কোৰোণাত আক্ৰান্ত হ’ল ২০ গৰাকী আৰক্ষী। ইফালে গুাৱাহাটী মহানগৰীত কোৱাৰেণ্টাইনত আছে তিনি শতাধিক আৰক্ষীৰ লোক। ফলত এতিয়া হাহাকাৰ সৃষ্টি হৈছে মহানগৰ আৰক্ষী প্ৰশাসনৰ মাজত ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|