আকৌ সুস্থ হৈ উঠিব ৰাহুল, মাত্ৰ আপোনাৰ অলপমান সহায়ৰ প্ৰয়োজন!
News18-Assam Updated:November 24, 2019, 6:12 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ প্ৰাক্তন ছাত্ৰ, নৰ্থ লখিমপুৰ কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল গগৈ জটিল ৰোগত আক্ৰান্ত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ প্ৰাক্তন ছাত্ৰ, নৰ্থ লখিমপুৰ কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল গগৈ জটিল ৰোগত আক্ৰান্ত
- News18 Assam
- Last Updated: November 24, 2019, 6:12 PM IST
সুন্দৰকৈ চলি থকা ৰাহুলৰ ঘৰখনলৈ এতিয়া নামি আহিছে অমানিশা। জীৱনটো উপভোগ কৰি ভাল পোৱা ৰাহুল আক্ৰান্ত হৈছে এক জটিল ৰোগত। বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ৰাহুল গগৈ। চিকিৎসকে কৈছে যে, উন্নত চিকিৎসাৰ বাবে ৰাহুলক ৪ ডিচেম্বৰৰ ভিতৰত ভৰ্তি কৰাব লাগিব চেন্নাইস্থিত গ্ল'বেল হাস্পিতালত। হঠাৎ নামি অহা ধুমুহাজাকে যেন এতিয়া স্তব্ধ কৰি তুলিছে ৰাহুলৰ গগৈৰ ঘৰখন। আৰ্থিক ভাবে পিছপৰা ঘৰখনে ৰাহুলক সুস্থ কৰি তুলিবলৈ সকলো ফালৰ পৰা চেষ্টা কৰিছে যদিও থমকি ৰ’ব লগীয়া হৈছে। সহায় কৰিবলৈ আগবাঢ়ি আহিছে লগৰ বন্ধু–বান্ধৱ সকলো। কিন্তু তথাপিও যেন আগৰ দৰে ৰাহুলক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন আপোনাৰ কিছু সহায়ৰ।
সহায় কৰক ৰাহুল গগৈক
Account number 30816079073
IFSC code SBIN0010760
Account holder name Rahul Gogoi
অন্যথা
Bank Name: State Bank of India
Account number 35104396563
IFSC code SBIN0008462
Account holder name Parthajyoti Ray