গোলাঘাটৰ ৰঙাজানত কোনে দলিয়ালে গ্ৰেনেড?

সঞ্জীৱ ছান টী ফেক্টৰীত উদ্ধাৰ বিকল গ্ৰেনেডটো। কোনো দুষ্কৃতিকাৰীয়ে চাহ ফেক্টৰীলৈ লক্ষ্য কৰি গ্ৰেনেডটো নিক্ষেপ কৰাৰ সন্দেহ কৰা হৈছে।

News18-Assam
Updated:August 4, 2019, 2:07 PM IST
গোলাঘাটৰ ৰঙাজানত কোনে দলিয়ালে গ্ৰেনেড?
সঞ্জীৱ ছান টী ফেক্টৰীত উদ্ধাৰ বিকল গ্ৰেনেডটো। কোনো দুষ্কৃতিকাৰীয়ে চাহ ফেক্টৰীলৈ লক্ষ্য কৰি গ্ৰেনেডটো নিক্ষেপ কৰাৰ সন্দেহ কৰা হৈছে।
News18-Assam
Updated: August 4, 2019, 2:07 PM IST
গোলাঘাটৰ ৰঙাজানত গ্ৰেনেড উদ্ধাৰ। সঞ্জীৱ ছান টী ফেক্টৰীত উদ্ধাৰ বিকল গ্ৰেনেডটো। কোনো দুষ্কৃতিকাৰীয়ে চাহ ফেক্টৰীলৈ লক্ষ্য কৰি গ্ৰেনেডটো নিক্ষেপ কৰাৰ সন্দেহ কৰা হৈছে। বহু পুৰণি হোৱা বাবে সৌভাগ্যক্ৰমে বিস্ফোৰিত নহ’ল গ্ৰেনেডটো। গোলাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে গ্ৰেনেডটো। চাহ ফেক্টৰীটোৰ গৰাকীৰ নাম হ’ল সঞ্জীৱ গগৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি