গোলাঘাটৰ তিৰোৱালত গ্ৰেনেড–গুলী উদ্ধাৰ, উদ্ধাৰ সেনাৰ পোছাক

গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।

News18-Assam
Updated:September 26, 2019, 12:52 PM IST
গোলাঘাটৰ তিৰোৱালত গ্ৰেনেড–গুলী উদ্ধাৰ, উদ্ধাৰ সেনাৰ পোছাক
গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।
News18-Assam
Updated: September 26, 2019, 12:52 PM IST
গোলাঘাটৰ তিৰোৱালত গ্ৰেনেড আৰু গুলী উদ্ধাৰ। পাপু আলী নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ হয় গ্ৰেনেড আৰু গুলী। লগতে উদ্ধাৰ হৈছে ৬যোৰ সেনাৰ পোছাকো। ঘৰৰ পিছপালে থকা এটা ঘৰত উদ্ধাৰ হয় মাৰণাস্ত্ৰখিনি। পলাতক হৈ আছে পাপু আলীৰ পিতৃ আজিজুৰ ৰহমান। গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি