সাৱধান! CAA বিৰোধী প্ৰতিবাদৰ মাজতে চৰকাৰী শিক্ষকক সকীয়ালে চৰকাৰে

News18 Assam | News18-Assam
Updated:December 30, 2019, 5:47 PM IST
সাৱধান! CAA বিৰোধী প্ৰতিবাদৰ মাজতে চৰকাৰী শিক্ষকক সকীয়ালে চৰকাৰে
Source-Google

কোনো ধৰণৰ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিব নোৱাৰিব শিক্ষকসকলে

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ চৌদিশে চলি আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। নিজৰ জাতি, সংস্কৃতি ৰক্ষাৰ সংগ্ৰামত জপিয়াই পৰিছে ৰাজ্যৰ সকলো স্তৰৰ লোক। কিন্তু তাৰ মাজতে ৰাজ্যৰ কলেজ শিক্ষকক দিয়া হৈছে কঠোৰ সকীয়নি। কোনো ধৰণৰ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিব নোৱাৰিব শিক্ষকসকলে। দিব নোৱাৰিব ৰাজহুৱা চৰকাৰ বিৰোধী মন্তব্য।



অন্যথা অমান্য কৰা হ’ব অসম লোকসেৱাৰ ৭ নং দফাক। ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এখন জাননী যোগে জাৰি কৰিছে এই নিৰ্দেশনা।

 
Published by: Himangshu Bhuyan
First published: December 30, 2019, 5:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading