আজি খানাপাৰত ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৩ হাজাৰ শিক্ষিত যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা পৰ্ব আনুষ্ঠানিক ভাবে মুকলি কৰে। পিছে খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা প্ৰাৰ্থীসকলে এতিয়া কি কৰিব লাগিব?
খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা প্ৰাৰ্থীয়ে কৰ পৰা সংগ্ৰহ কৰিব লাগিব নিযুক্তি প্ৰক্ৰিয়া? চাওক এইখন তালিকা...
![]()
কোন কোন বিভাগত কিমান নিযুক্তিঃ
গৃহ বিভাগতঃ ৮,৮৬৭
প্ৰাথমিক শিক্ষাঃ ৭,৪২২
মাধ্যমিক শিক্ষাঃ ৩,৫১৭
উচ্চ শিক্ষাঃ ১২৪
জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০
জলসম্পদঃ ১০৫
সমাজ কল্যানঃ ৬৯
স্বাস্থ্যঃ ২,৪১৯
কৃষিঃ ৫৫
পৰিৱেশ আৰু বনঃ ২৩
লোক নিৰ্মাণঃ ৮
খনি আৰ খনিজ পদাৰ্থঃ ২
শ্ৰমিক কল্যানঃ ১৭
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|