মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে দিলে ভাল খবৰ! আকৌ বাঢ়িব দৰমহা, ৩১ শতাংশলৈ বৃদ্ধি DA

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে দিলে ভাল খবৰ! আকৌ বাঢ়িব দৰমহা, ৩১ শতাংশলৈ বৃদ্ধি DA

আজি বঙাইগাঁৱত  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলা দিলে ভাল খবৰ।

  • Share this:

  • আজি বঙাইগাঁৱত  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলা দিলে ভাল খবৰ।

  • আকৌ বাঢ়িব কৰ্মচাৰীৰ দৰমহা।

  • ৩১ শতাংশলৈ বৃদ্ধি কৰা হৈছে ৰাজ্যিক কৰ্মচাৰীৰ DA, DR।

  • পূৰ্বে ২৮ শতাংশ আছিল DA, DR।

  • ইয়াৰ ফলত লাভান্বিত হব চৰকাৰী কৰ্মচাৰী, পেন্সনাৰ আৰু ফেমিলী পেন্সনাৰৰ বেনিফিচাৰী।

  • জুলাই ২০২১ৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত।

শেহতীয়া বাতৰি