চৰকাৰী চাকৰিয়াললৈ ভাল খবৰ, আজিয়েই পাব ছেপ্টেম্বৰৰ দৰমহা

ৰাজ্য চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা।

News18-Assam
Updated:September 27, 2019, 10:23 AM IST
চৰকাৰী চাকৰিয়াললৈ ভাল খবৰ, আজিয়েই পাব ছেপ্টেম্বৰৰ দৰমহা
Photo : DY365
News18-Assam
Updated: September 27, 2019, 10:23 AM IST
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ ভাল খবৰ। আজিয়েই লাভ কৰিব ছেপ্টেম্বৰ মাহৰ দৰমহা। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা। দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। দৰমহাৰ লগতে মুকলি কৰি দিয়া হ’ব পেঞ্চনো। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলেও ২৭ ছেপ্টেম্বৰত লাভ কৰিব পেঞ্চনৰ ধন।

 
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি