உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • NHMৰ অধীনৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! এতিয়াৰে পৰা লাভ কৰিব এই সুবিধা

    NHMৰ অধীনৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! এতিয়াৰে পৰা লাভ কৰিব এই সুবিধা

    চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা।

    চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা।

    চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা।

    • Share this:
    NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ বাবে ভাল খবৰ। এই কৰ্মচাৰীসকলৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ মন্ত্ৰীগোটৰ বৈঠকত। চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা।

    আনহাতে, আজি অনুষ্ঠিত সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি। এতিয়াৰে পৰা সহযোগী ভাষাৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা।চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত নাথাকিব সমস্যা। মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াভাৱে ক্ৰয় কৰিব পাৰিব মাটি।

    ইফালে, কোচ–ৰাজবংশী, মৰাণ, মটক পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনত অনুমোদন জনোৱা হয় এই বৈঠকত। বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনতো অনুমোদন।
    Published by:Sanjay Kumar Das
    First published: