• Home
  • »
  • News
  • »
  • assam
  • »
  • কাগজ কলৰ কৰ্মচাৰীৰ ভাল খবৰ! ৰাজ্য চৰকাৰে মোকলাই দিব ৫৭০ কোটি টকা

কাগজ কলৰ কৰ্মচাৰীৰ ভাল খবৰ! ৰাজ্য চৰকাৰে মোকলাই দিব ৫৭০ কোটি টকা

কাগজ কলৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৰ্মচাৰীসকলে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

  • Share this:
অৱশেষত কাগজ কলৰ কৰ্মচাৰীলৈ আহিল ভাল খবৰ! মুখ্যমন্ত্ৰীৰ সৈতে কৰ্মচাৰীৰ অন্তিমখন বৈঠক সম্পন্ন হয়। এই বৈঠকতে ৫৭০ কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুমাহৰ ভিতৰত মোকলাই দিয়া হ’ব ৫৭০ কোটি টকা। এই খবৰে আনন্দিত কৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক।

কাগজ কলৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৰ্মচাৰীসকলে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।
Published by:Sanjay Kumar Das
First published: