உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে কি ভাল খবৰ ?

    মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে কি ভাল খবৰ ?

    ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই ঘোষণাই সকাহ দিব মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলাসকলক।

    • Share this:

    এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰিব মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা ১৪ লাখ মহিলাই। এক এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া আৰু চৰ্ত সাপেক্ষে আবেদন কৰিব পাৰিব মহিলাসকলে। আনহাতে চৰকাৰী চাকৰিৰ বাবে আশাৰে ৰৈ থকা সকলৰ বাবেও আছে এক ভাল খবৰ। শীঘ্ৰেই  মুকলি কৰিব বিজ্ঞাপন। শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰি সম্পন্ন কৰিব হাজাৰ হাজাৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া।
    Published by:Kokil Sarma
    First published: