ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই ঘোষণাই সকাহ দিব মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলাসকলক।
এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰিব মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা ১৪ লাখ মহিলাই। এক এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া আৰু চৰ্ত সাপেক্ষে আবেদন কৰিব পাৰিব মহিলাসকলে। আনহাতে চৰকাৰী চাকৰিৰ বাবে আশাৰে ৰৈ থকা সকলৰ বাবেও আছে এক ভাল খবৰ। শীঘ্ৰেই মুকলি কৰিব বিজ্ঞাপন। শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰি সম্পন্ন কৰিব হাজাৰ হাজাৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া।
Published by: Kokil Sarma
FIRST PUBLISHED : February 07, 2022, 10:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।