NRCৰ সৈতে জড়িত ৫০ হাজাৰ বিষয়া–কৰ্মচাৰীলৈ ভাল খবৰ!

৩০ জানুৱাৰীত NRC কাৰ্যালয়ত হোৱা এক উচ্চস্তৰীয় বৈঠকৰ পিছতে NRC কৰ্তৃপক্ষই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷
৩০ জানুৱাৰীত NRC কাৰ্যালয়ত হোৱা এক উচ্চস্তৰীয় বৈঠকৰ পিছতে NRC কৰ্তৃপক্ষই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷
- News18 Assam
- Last Updated: February 19, 2020, 11:04 AM IST
সকলো জিলা উপায়ুক্তলৈ পত্ৰ লিখিছে NRCৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ পত্ৰ দুখনত সমন্বয়ক শৰ্মাই NRCৰে জড়িত বিষয়া–কৰ্মচাৰীক পদোন্নতি, বদলি আদি যিখিনি প্ৰাপ্য সেইখিনি কৰি দিবলৈ দিছে নিৰ্দেশ৷ অৱশ্যে পুনৰ কাম আৰম্ভ হ'লে সেইসকল বিষয়া–কৰ্মচাৰী পুনৰ জড়িত হ'ব লাগিব বুলি কোৱা হৈছে পত্ৰ দুখনত৷