ৰাইজৰ বাবেও মুকলি কৰি দিয়া হ’ব বিধানসভা। বিধানসভা আৰু বিধায়ক আৱাস সকলোৱে চাব পাৰিব বুলি মন্তব্য কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
ৰাইজৰ বাবেও মুকলি কৰি দিয়া হ’ব বিধানসভা। বিধানসভা আৰু বিধায়ক আৱাস সকলোৱে চাব পাৰিব বুলি মন্তব্য কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
আজি অসম বিধানসভাত বিধায়কক অনা–নিয়া কৰাৰ বাবে মুকলি কৰা হয় গ’ল্ফ কাৰ্ট। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেই এই গ’ল্ফ কাৰ্ট চলাই শুভাৰম্ভ কৰে। মহিলা চালকে চলাব বিধানসভাৰ এই গ’ল্ফ কাৰ্ট। তাৰ বাবে চাৰিগৰাকী মহিলা চালকক বিধানসভাই কেজুৱেল হিচাপে নিযুক্তি দিছে। চাৰিখন ইলেকট্ৰনিক গ’ল্ফ কাৰ্ট বিধায়কৰ বাবে আৰু এখন অধ্যক্ষৰ বাবে ব্যৱহাৰ হ’ব।
ৰাইজৰ বাবেও মুকলি কৰি দিয়া হ’ব বিধানসভা। বিধানসভা আৰু বিধায়ক আৱাস সকলোৱে চাব পাৰিব বুলি মন্তব্য কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|