মুখ্যপৃষ্ঠা »খবৰ »অসম »Breaking: ডিমাপুৰৰ পৰা কলকাতালৈ লৈ গৈ থাকোতে জব্দ সোণ

Breaking: ডিমাপুৰৰ পৰা কলকাতালৈ লৈ গৈ থাকোতে জব্দ সোণ

GRPৰ অভিযানত জব্দ ১ কেজি ৩০ গ্ৰাম ওজনৰ সোণ

GRPৰ অভিযানত জব্দ ১ কেজি ৩০ গ্ৰাম ওজনৰ সোণ

৮খন সোণৰ বিস্কুটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হৰিশ মেহমুদ নামৰ এজন লোকক

  • Share this:
    পল্টনবজাৰ ৰে’ল ষ্টেচনত জব্দ ৮ খন সোণৰ বিস্কুট। সোণৰ বিস্কুটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হৰিশ মেহমুদ নামৰ এজন লোকক। GRPৰ অভিযানত জব্দ ১ কেজি ৩০ গ্ৰাম ওজনৰ সোণ। কামৰূপ এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ হৰিশ মেহমুদক।

    ধৃতঃ হৰিশ মেহমুদ


    জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় ৪৩ লাখ টকা। ধৃত সোণ সৰবৰাহকাৰী হৰিশৰ ঘৰ কেৰালাৰ কন্নুৰত। ডিমাপুৰৰ পৰা কলকাতালৈ সোণখিনি কঢ়িয়াই নি থাকোতে গ্ৰেপ্তাৰ কৰে লোকজনক।

    শেহতীয়া বাতৰি