Breaking: ডিমাপুৰৰ পৰা কলকাতালৈ লৈ গৈ থাকোতে জব্দ সোণ

৮খন সোণৰ বিস্কুটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হৰিশ মেহমুদ নামৰ এজন লোকক

news18assam
Updated:April 28, 2019, 11:55 AM IST
Breaking: ডিমাপুৰৰ পৰা কলকাতালৈ লৈ গৈ থাকোতে জব্দ  সোণ
GRPৰ অভিযানত জব্দ ১ কেজি ৩০ গ্ৰাম ওজনৰ সোণ
news18assam
Updated: April 28, 2019, 11:55 AM IST
পল্টনবজাৰ ৰে’ল ষ্টেচনত জব্দ ৮ খন সোণৰ বিস্কুট। সোণৰ বিস্কুটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হৰিশ মেহমুদ নামৰ এজন লোকক। GRPৰ অভিযানত জব্দ ১ কেজি ৩০ গ্ৰাম ওজনৰ সোণ। কামৰূপ এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ হৰিশ মেহমুদক।

ধৃতঃ হৰিশ মেহমুদ


জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় ৪৩ লাখ টকা। ধৃত সোণ সৰবৰাহকাৰী হৰিশৰ ঘৰ কেৰালাৰ কন্নুৰত। ডিমাপুৰৰ পৰা কলকাতালৈ সোণখিনি কঢ়িয়াই নি থাকোতে গ্ৰেপ্তাৰ কৰে লোকজনক।
আৰু চাওক পৰৱৰ্তী বাতৰি