মেৰাপানীত আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ বিদ্ৰোহী আই এমৰ সদস্যসহ মুঠ চাৰিজন!

গোলাঘাট আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযান চলাই অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে সদস্য কেইজনক

News18-Assam
Updated:July 24, 2019, 4:26 PM IST
মেৰাপানীত আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ বিদ্ৰোহী আই এমৰ সদস্যসহ মুঠ চাৰিজন!
গোলাঘাট আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযান চলাই অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে সদস্য কেইজনক
News18-Assam
Updated: July 24, 2019, 4:26 PM IST
গোলাঘাটৰ মেৰাপানীত আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰসহ দুটা নগা বিদ্ৰোহী আই এমৰ সদস্যসহ মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । নগা বিদ্ৰোহী বুলি সন্দেহ কৰা অৰেন পাটন আৰু ৱাই কিকন ওৰফে ৱাই লুথাক গ্ৰেপ্তাৰ কৰা হয় । এওঁলোকৰ লগতে অসমৰ দুই যুৱক বিশ্বজিৎ বৰা আৰু বিশ্বজিৎ শইকীয়াক গ্ৰেপ্তাৰ । এওঁলোকৰ জিম্মাৰ পৰা এটা নাইন এম এম পিস্তল, এটা পইণ্ট টু টু পিস্তল আৰু কেইবাটাও মবাইল হেণ্ডচেট জব্দ কৰে । অধিক তথ্যৰ বাবে এতিয়া আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে । গোলাঘাট আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰে ।
আৰু চাওক পৰৱৰ্তী বাতৰি