ধনশিৰি নৈৰে বৈছে গাখীৰ, শ শ লিটাৰ গাখীৰ পেলাই গো–পালকৰ প্ৰতিবাদ

জিলা প্ৰশাসনক দীৰ্ঘদিনৰ পৰা গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দাবী জনাই আহিছে গো–পালকসকলে।

News18-Assam
Updated:September 2, 2019, 2:17 PM IST
ধনশিৰি নৈৰে বৈছে গাখীৰ, শ শ লিটাৰ গাখীৰ পেলাই গো–পালকৰ প্ৰতিবাদ
জিলা প্ৰশাসনক দীৰ্ঘদিনৰ পৰা গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দাবী জনাই আহিছে গো–পালকসকলে।
News18-Assam
Updated: September 2, 2019, 2:17 PM IST
গোলাঘাটত ধনশিৰি নদীত গাখীৰ পেলাই প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা গো–পালক সংস্থাই। গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ উচিত মূল্যৰ দাবীত এই প্ৰতিবাদ। জিলা প্ৰশাসনক দীৰ্ঘদিনৰ পৰা গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দাবী জনাই আহিছে গো–পালকসকলে। কষ্টৰ বিনিময়ত উচিত মূল্য লাভ নকৰাৰ অভিযোগ গো–পালকৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি