• Home
  • »
  • News
  • »
  • assam
  • »
  • গোলাঘাটত গাহৰি পোহাৰ বাবে শংকৰ সংঘৰ প্ৰাথমিক শাখা এটাই এঘৰীয়া কৰিলে এটা পৰিয়ালক ! পৰিয়ালটোক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ...

গোলাঘাটত গাহৰি পোহাৰ বাবে শংকৰ সংঘৰ প্ৰাথমিক শাখা এটাই এঘৰীয়া কৰিলে এটা পৰিয়ালক ! পৰিয়ালটোক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ...

গোলাঘাটত গাহৰি পোহাৰ বাবে এঘৰীয়া কৰিলে এটা পৰিয়ালক। এটা বছৰে মানসিক অত্যাচাৰ চলাই পৰিয়ালটোক সমাজচ্যুত কৰাৰ অভিযোগ।

  • Share this:
গোলাঘাটত গাহৰি পুহি সমাজচ্যুত এটা পৰিয়াল। গাহৰি পোহাৰ বাবে গোলাঘাট ঢেকিয়াল নাথ গাঁৱৰ বিশ্বেশ্বৰ নাথৰ পৰিয়ালটোক এঘৰীয়া কৰিলে শংকৰ সংঘই।

ঢেকিয়াল নাথ গাঁও প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত এটা বছৰে চলাইছে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। বিশ্বেশ্বৰ নাথৰ ডাঙৰ পুত্ৰ আৰু বোৱাৰীয়েকে গাহৰি ফাৰ্ম খোলাৰ বাবে পৰিয়ালটোক এঘৰীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছে। শংকৰ সংঘৰ ঢেকিয়াল নাথ গাঁও প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ অনাৰ লগতে পৰিয়ালটোৱে এই কাৰ্য সহজভাৱে লব পৰা নাই বুলি সদৰী কৰিছে। শংকৰ সংঘৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ইয়াৰ এটা সুবিচাৰ কৰিব বুলি আশাবাদী ভুক্তভোগী পৰিয়ালটো।
Published by:Kokil Sarma
First published: