• Home
  • »
  • News
  • »
  • assam
  • »
  • Goalpara : থানাৰ ভিতৰতে গ্ৰেপ্তাৰ থানাৰ আৰক্ষী, উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল আৰক্ষী উপপৰিদৰ্শক

Goalpara : থানাৰ ভিতৰতে গ্ৰেপ্তাৰ থানাৰ আৰক্ষী, উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল আৰক্ষী উপপৰিদৰ্শক

এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে

এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে

এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে

  • Share this:
এইবাৰ উৎকোচ লৈ ধৰা পৰিল স্বয়ং আৰক্ষী। গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ আৰক্ষী উপ–পৰিদৰ্শক চবিন পাল দাসক হাতে–লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই।





দাসে আৰক্ষী থানাৰ ভিতৰতে উৎকোচ গ্ৰহণ কৰা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰে। এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ সঞ্চালক জি পি সিঙে।
Published by:Gautam Barman
First published: