• Home
  • »
  • News
  • »
  • assam
  • »
  • Omicron : অমিক্ৰনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ, ক’লে – ৭ দিনেই যথেষ্ট

Omicron : অমিক্ৰনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ, ক’লে – ৭ দিনেই যথেষ্ট

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি, বৰ্তমানে ২৬৪ গৰাকী কোভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ ইয়াৰে ২৯ গৰাকী ৰোগী ICUত চিকিৎসাধীন৷

  • Share this:
কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ থকাৰ সময়ত GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য৷ কোভিড আক্ৰান্ত হ’লে ৭ দিনেই যথেষ্ট৷ ৭ দিন অতিক্ৰম হ’লে কোনো চিন্তা নাই৷ আনকি ৭ দিন পিছত পুনৰ পজিটিভ দেখালেও সমস্যা নাই৷ কিয়নো তিনি চাৰি দিনলৈ মানৱ দেহত সক্ৰিয় হৈ থাকে অমিক্ৰণ৷ পূৰ্বৰ দৰে এইবাৰ কোভিড মহামাৰীত নাই কোনো ভয়াৱহতা৷ একেদৰে এইবাৰ কোভিড আক্ৰান্তৰ ১২ শতাংশক চিকিৎসালয়ৰ প্ৰযোজন হৈছে৷ সেয়ে ঘৰতে থাকি নিজে সজাগ হোৱাৰ আহ্বান GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি, বৰ্তমানে ২৬৪ গৰাকী কোভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ ইয়াৰে ২৯ গৰাকী ৰোগী ICUত চিকিৎসাধীন৷ বিপৰীতে ৬৭ গৰাকী ৰোগী সৰুসজাই কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে৷ ইপিনে হোম আইছ’লেচনত থকা লোকক উদ্দেশ্যি অধীক্ষকগৰাকীৰ পৰামৰ্শ – এই সময়ত শাক–পাচলি, ফল–মূল বেছিকৈ খাব৷ বিপৰীতে নিমখ আৰু চেনি কমকৈ খাব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি