• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰেষ্টুৰেণ্টে ৰেষ্টুৰেণ্টে গুৱাহাটী পৌৰ নিগমৰ অভিযান! অস্বাস্থ্যকৰ পৰিবেশৰ বাবে সীতাৰাম ভোজনালয়ক ১০ হাজাৰ টকাৰ জৰিমনা

ৰেষ্টুৰেণ্টে ৰেষ্টুৰেণ্টে গুৱাহাটী পৌৰ নিগমৰ অভিযান! অস্বাস্থ্যকৰ পৰিবেশৰ বাবে সীতাৰাম ভোজনালয়ক ১০ হাজাৰ টকাৰ জৰিমনা

আঠগাঁওৰ কিৰণশ্ৰীক অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰাৰ বাবে ২০ হাজাৰ টকাৰ জৰিমনা আৰু জি এম চিৰ জাননী জাৰি কৰা হয়।

  • Share this:

  • ফাঁছী বজাৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান।

  • অভিযানত জি এম চিৰ ট্ৰেড লাইচেন্স পৰীক্ষা।

  • হোটেল - ৰেষ্টোৰেণ্টটো চলিছে অভিযান।

  • ফাঁছীবজাৰৰ আন কেইবাখনো দোকানত অনুজ্ঞাপত্ৰ পৰীক্ষা।

  • কৰ্দয পৰিবেশত ব্যৱসায় চলায় আছে ৰেষ্টোৰেণ্ট।

  • অস্বাস্থ্যকৰ পৰিবেশৰ বাবে সীতাৰাম ভোজনালয়ক ১০ হাজাৰ টকাৰ জৰিমনা বিহা হয়।

  • জি এম চিৰ অভিযানত পোহৰলৈ আহিছে। জ্যেষ্ঠ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: কুমাৰ পাৰ্থ প্ৰতীমৰ নেতৃত্বত এই অভিযান।

  • আঠগাঁওৰ কিৰণশ্ৰীক অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰাৰ বাবে ২০ হাজাৰ টকাৰ জৰিমনা আৰু জি এম চিৰ জাননী জাৰি কৰা হয়।

Published by:Himangshu Bhuyan
First published: